25.4 C
Guwahati
Thursday, October 14, 2021
More

    পলাশবাৰী আৰক্ষীৰ জিম্মাত ৪ দুধৰ্ষ মটৰ চাইকেল চোৰ

    দীৰ্ঘদিনৰ পৰা দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত সংঘটিত হৈ আহিছে মটৰ চাইকেল চুৰিৰ ঘট

    আজি দীৰ্ঘদিনৰ পৰা দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত সংঘটিত হৈ আহিছে মটৰ চাইকেল চুৰিৰ ঘটনা। এক কথাত ক’বলৈ গ’লে মটৰ চাইকেল চোৰে চকুৰ নিদ্ৰা হৰণ কৰিছিল সকলোৰে। যোৱা নিশা DSP হেড কোৱাৰ্টাৰ আৰু পলাশবাৰী আৰক্ষীৰ যুটীয়া অভিযানত আটক হয় ৪জনকৈ দুধৰ্ষ মটৰ চাইকেল চোৰ।

    অসম মেঘালয় সীমান্তৱৰ্তী কুলচিৰ পৰা নিবাৰণ ৰাভা,প্ৰাঞ্জল ৰাভা,জিম ৰাভা আৰু ভগৱান ৰাভা নামৰ এই চোৰ কেইজনক ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে দলটিয়ে। চোৰৰ দলটিৰ পৰা দুখন মটৰ চাইকেল আৰু এখন স্কুটি উদ্ধাৰ হয়। পলাশবাৰী আৰক্ষীয়ে 146/2020 নম্বৰ এটা গোচৰ ৰুজু কৰি চোৰ চাৰিজনক আদালতত হাজিৰ কৰায়।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং