30 C
Guwahati
Tuesday, September 27, 2022
More

    Breaking: ত্ৰিপুৰাত মহিলাসহ ৪ বাংলাদেশীক আৱদ্ধ স্থানীয় ৰাইজৰ

    সীমান্তৰক্ষী বাহিনীৰ চকুত ধূলি দি সোমাইছিল ২জন পুৰুষ আৰু দুগৰাকী মহিলা

    দেশত CAA বলৱৎ হোৱাৰ দিনাই ত্ৰিপুৰাত স্থানীয় লোকে আৱদ্ধ কৰিলে মহিলাসহ ৪জন বাংলাদেশীক। খোৱাই বিদ্যাবিল সীমান্তইদি ত্ৰিপুৰাত গোপনে প্ৰৱেশ কৰিছিল বাংলাদেশী কেইজনে। সীমান্তৰক্ষী বাহিনীৰ চকুত ধূলি দি সোমাইছিল ২জন পুৰুষ আৰু দুগৰাকী মহিলা। স্থানীয় লোকে আটাইকেইজনকে আটক কৰি গতাই দিলে সীমান্তৰক্ষীক।

    ধৃত বাংলাদেশীকেইজনক এই সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং