26 C
Guwahati
Sunday, October 24, 2021
More

    CAA প্ৰত্যাহাৰৰ দাবীৰে ধেমাজিত ৩০ ঘণ্টীয়া গণ অনশন

    এই 'গণ অনশন' কাৰ্যসূচীত ধেমাজিৰ বিভিন্ন দল-সংগঠননে অংশগ্ৰহণ কৰে

    নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীৰে আজি ধেমাজিত গণ অনশন। কাছাৰী ময়দানত পুৱা ৮ বজাৰ পৰা ধেমাজি জিলা ছাত্ৰ সন্থাৰ আহ্বানত অনুষ্ঠিত হ’য় মুঠ ৩০ ঘণ্টীয়া গণ অনশন কাৰ্যসূচী৷

    এই ‘গণ অনশন’ কাৰ্যসূচীত ধেমাজিৰ বিভিন্ন দল-সংগঠননে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও বুদ্ধিজীৱী, লেখক-লেখিকা, বিভিন্ন ব্যৱসায়ী সমাজৰ লগতে ধেমাজি বাসী ৰাইজৰ বিপুল সহাৰি পৰিলক্ষিত হয়৷ এই অনশন কাৰ্যসূচী কাইলৈ বিয়লি ২ বজালৈ চলিব।

    Inputs and Photo Credit: Jayanta Borah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং