14.9 C
Guwahati
Monday, January 17, 2022
More

    কাঠফুলা খাই একেটা পৰিয়ালৰে ৩ জনৰ শোকাৱহ মৃত্যু

    পিতৃ-মাতৃৰ সৈতে জীয়ৰীৰ মৃত্যু

    লকডাউন, এচামৰ বাবে খোৱাৰ পয়োভৰ, উভৈনদী বস্তু। তাৰ বিপৰীতে এচামৰ পাবলৈ নাই-খাবলৈ নাই বিশেষ একো। সেয়ে কাঠফুলা বিচাৰি আনি খালে। পিছে হৃদয় বিদাৰক। বিষাক্ত কাঠফুলা খাই এটা পৰিয়াললৈ নামি আহিল অমানিশা

    মৃত্যু ঘটিল ৪জনীয়া এটা পৰিয়ালৰ ৩জন লোকৰ। চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। মৃত্যু ঘটিল পৰিয়ালটোৰ মুৰব্বী তথা পিতৃ বিষেশ্বৰ বড়া, মাতৃ শুৱলা বড়াৰ লগতে মৃত্যু ১৪ বছৰীয়া কন্যা হিমদ্ৰী বড়াৰো মৃত্যু ঘটে হাস্পতালত। আনহাতে সংকটজনক অৱস্থাত এতিয়াও চিকিৎসাধীন হৈ আছে পুত্ৰ দেৱজিত বড়া।

    Photo Credit: Discover Magazine

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং