সুদীৰ্ঘ ৪৭ দিনৰ মূৰত জেলৰ পৰা ওলাল কৃষক মুক্তিৰ তিনি নেতা। বঙাইগাঁৱত আনন্দৰ বন্যা।
কা বিৰোধিতা কৰি গ্ৰেপ্তাৰ হোৱা বঙাইগাঁও জিলা কৃষক মুক্তিৰ ৩ জন নেতাক ৪৭ দিনৰ মূৰত জামিনত মুক্তি। নেতা কেইজন ক্ৰমে- মহীধৰ ৰায়, নন্দন দেৱনাথ আৰু শৈলেন দাস।
Photo Credit:@hassinuralom