14 C
Guwahati
Friday, January 21, 2022
More

    ৪৭ দিনৰ মূৰত মুকলি আকাশৰ তলত ৩ কৃষক নেতা

    মহীধৰ ৰায়, নন্দন দেৱনাথ আৰু শৈলেন দাসক গ্ৰেপ্তাৰ কৰা হৈছিল কা বিৰোধী প্ৰতিবাদত অংশ লোৱ বাবে

    সুদীৰ্ঘ ৪৭ দিনৰ মূৰত জেলৰ পৰা ওলাল কৃষক মুক্তিৰ তিনি নেতা। বঙাইগাঁৱত আনন্দৰ বন্যা।

    কা বিৰোধিতা কৰি গ্ৰেপ্তাৰ হোৱা বঙাইগাঁও জিলা কৃষক মুক্তিৰ ৩ জন নেতাক ৪৭ দিনৰ মূৰত জামিনত মুক্তি। নেতা কেইজন ক্ৰমে- মহীধৰ ৰায়, নন্দন দেৱনাথ আৰু শৈলেন দাস।

    Photo Credit:@hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং