24 C
Guwahati
Thursday, October 21, 2021
More

    চাপৰত ১৫ টাকৈ গৰুসহ ৩ চোৰাং গৰু সৰবৰাহকাৰী আটক

    চোৰাং গৰু সৰবৰাহীকেইজনক মুকলি কৰাৰ বাবে উঠি পৰি লাগিছে বহু নেতা-পালিনেতা

    চাপৰ আৰক্ষীৰ সফল অভিযান। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমণি নাথৰ নেতৃত্বত চলিছিল অভিযান।

    এই অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে ১৫ টাকৈ চোৰাং গৰু। লগতে আটক কৰিবলৈ সক্ষম হৈছে ৩ জনকৈ চোৰাং গৰুৰ সৰবৰাহকাৰী।

    আটকাধীন সৰবৰাহীকেইজন হৈছে মফিজল হক,হাবুল মণ্ডল আৰু সুজাল আলী খান। চোৰাং গৰু সৰবৰাহীকেইজনক মুকলি কৰাৰ বাবে চাপৰ থানাত উঠি পৰি লাগিছে বহু নেতা-পালিনেতা।

    Input and Photo: Nobin Chakraborty

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং