21 C
Guwahati
Thursday, December 8, 2022
More

    দেহ ব্যৱসায়ীৰ কবলৰপৰা পলাই গুৱাহাটীত উপস্থিত ৩ যুৱতী

    এজন যুৱকৰ সহায়ত পলাই আহিবলৈ সক্ষম হয় যুৱতীকেইগৰাকী

    ৰাজ্যত নাৰী সৰবৰাহকাৰীৰ ঘটনা। গুৱাহাটীত উদ্ধাৰ ৩গৰাকীকৈ যুৱতী। দেহ ব্যৱসায়ীৰ কবলৰপৰা কোনোমতে পলাই আহে যুৱতীকেইগৰাকী। বোকাজনৰ এগৰাকীক স্কুলত গৈ থকা অৱস্থাত অপহৰণ কৰি লৈ গৈছিল। শিৱসাগৰৰ এগৰাকীক ডিমাপুৰলৈ ফুৰিবলৈ যাওঁতে প্ৰেমিকে প্ৰেমৰ চলনাৰে বিক্ৰী কৰিছিল দেহ ব্যৱসায়ীৰ হাতত।

    বৰপেটাৰ এগৰাকীক গড়চুকৰ কাম কৰা ঘৰৰ পৰা পলুৱাই নি বিক্ৰী কৰিছিল। ৩ জনী যুৱতীৰ চাঞ্চল্যকৰ ভাষ্য অনুসৰি ১ লাখ টকাকৈ লৈ বিক্ৰী কৰিছিল।এজন যুৱকৰ সহায়ত পলাই আহিবলৈ সক্ষম হয় তিনিও। বৰ্তমান Goldৰ তত্বাৱধানত আশ্রয়গৃহত আছে আটাইকেইগৰাকী।

    Photo Credit:@smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং