24 C
Guwahati
Thursday, October 21, 2021
More

    ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰী, ব্ৰাউন চুগাৰসহ আটক ৩জন যুৱক

    তেওঁলোকৰ হাতৰ পৰা মুঠ ৫৪টা ব্ৰাউন চুগাৰৰ বটল জব্দ কৰা হয়

    খাৰুপেটীয়া থানাৰ অন্তৰ্গত বাঢ়ৈপাৰত ব্ৰাউন চুগাৰ সহ তিনিজন যুৱক আটক। এচআই দান্তেজিৎ দেউৰী আৰু চিআই খাৰুপেটীয়াৰ দিনবন্ধু ভূঞাৰ নেতৃত্বত চলা অভিযানত আটক হয় এই যুৱক কেইজন।

    Photo: Time8

    কৰায়ত্ত কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে হাইদৰ আলি, আব্দুল বাটেন আৰু জহিদল আলি। তেওঁলোকৰ হাতৰ পৰা মুঠ ৫৪টা ব্ৰাউন চুগাৰৰ বটল জব্দ কৰা হয়। বৰ্তমান আৰক্ষীয়ে যুৱক কেইজনৰ সোধ-পোচ অব্যাহত ৰাখিছে।

    Inputs: Kishor Kalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং