20 C
Guwahati
Saturday, January 29, 2022
More

    Breaking: কৰিমগঞ্জত ৩টাকৈ পৃথক দুৰ্ঘটনাত ২জন নিহত, ৮জন আহত

    স্থানীয় লোকে ২০৮নং বিকল্প ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ জনায়

    কৰিমগঞ্জত তিনিটাকৈ দুৰ্ঘটনাত ২জন লোকৰ মৃত্যুৰ হোৱাৰ লগতে ৮ জনকৈ লোক আহত হয়। কৰিমগঞ্জৰ লামাজুয়াৰ এলাকাত বাইকে বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত চালকসহ তিনিজন আহত হয়। দুৰ্ঘটনাটোত চেমিম আহমেদ নামৰ এজন লোকৰ মৃত্যু হয়। আহত হয় ছাৰিমূল হক আৰু আব্দুল কাছিম নামৰ দুজন বাইক আৰোহী।

    ইফালে কৰিমগঞ্জৰ পাথাৰকান্দি এলাকাৰ কাঠালতলিত পথ দুৰ্ঘটনাত আন এজন লোকৰ মৃত্যু হয়। এখন অটো নিয়ন্ত্ৰণ হেৰুৱাই নলাত বাগৰি বাসুদেব সিনহা নামৰ এজনৰ মৃত্যু হয়। দুৰ্ঘটনাটোত আহত হয় চাৰিজনকৈ অটোৰ যাত্ৰী।

    আনহাতে খাৰুপেটিয়াৰ পৰা আগৰতলা অভিমুখী এখন এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে কাঠলতলি এলাকাত। দুৰ্ঘটনাটো আহত হয় চালকৰ লগতে আন লোক। স্থানীয় লোকে ২০৮নং বিকল্প ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ জনায়।

    Photo credit: economictimes.indiatimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং