18 C
Guwahati
Tuesday, November 22, 2022
More

    বন্ধুৰ সৈতে বিয়া পাতিবলৈ কৰিলে লিংগ পৰিৱৰ্তন, পিছত কৰিলে আত্মহত্যা

    শনিবাৰে নিশা চন্দন নগৰস্থিত বাসগৃহত ফাঁচী লগাই আত্মহত্যা কৰে

    লিংগ পৰিৱৰ্তন ছাৰ্জাৰী কৰাই যুৱকৰ পৰা যুৱতীলৈ পৰিৱৰ্তন হোৱাৰ পিছত অৱসাদৰ চিকাৰ হোৱা ২৬ বছৰীয়া যুৱকজনে আত্মহত্যাৰ দৰে চৰম পথ বাছি লয়। দেওবাৰে উপ-নিৰীক্ষক সুৰেশ বুনকৰে ক’লে যে মৃত যুৱকজনৰ নাম পলক। শনিবাৰে নিশা চন্দন নগৰস্থিত বাসগৃহত ফাঁচী লগাই আত্মহত্যা কৰে।

    ৮ বছৰ ধৰি এজন বন্ধুৰ সৈতে একেলগে আছিল পলক

    পলক বিগত ৮ বছৰ ধৰি এজন বন্ধুৰ সৈতে একেলগে থাকিছিল। পলক লিংগ পৰিৱৰ্তন হোৱাৰ কিছু সময় পিছতে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। আৰক্ষীয়ে কোনোধৰণৰ ছুইচাইড নোট পোৱা নাই যদিও প্ৰাথমিক তদন্তত পোহৰলৈ আহিছিল যে লিংগ পৰিৱৰ্তন ছাৰ্জাৰীৰ পিছত পলকে বিভিন্নধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হৈছিল।

    Photo credit: bloomberg.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং