29 C
Guwahati
Saturday, October 23, 2021
More

    ২০২১ত CAA বিৰোধী শক্তিয়ে কৰিব চৰকাৰ গঠন: তৰুণ গগৈ

    'কা' বিৰোধী শক্তিৰ হ'ব সন্মিলিত চৰকাৰ

    ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত নাগৰিকত্ব আইন বিৰোধী দলেহে গঠন কৰিব চৰকাৰ এই দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। এক আছুতীয়া সাক্ষাৎকাৰত এই দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

    ‘কা’ বিৰোধী শক্তিৰ হ’ব সন্মিলিত চৰকাৰ। পিছে কোন দলে গঠন কৰিব চৰকাৰ সেয়া স্পষ্টকৈ নকলেও একপ্ৰকাৰ কংগ্ৰেছৰেই নাম ল’লে তৰুণ গগৈয়ে।

    বিজেপিয়ে মুঠ ১০০ খন আসন লাভ কৰিব বুলি দাবী কৰাৰ বিপৰীতে তৰুণ গগৈয়ে কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সংখ্যগৰিষ্ঠতা লাভ কৰিব।

    Inputs And Photo: Anit Pratim Baruah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং