32 C
Guwahati
Saturday, October 1, 2022
More

    Breaking: মৰানত আদিবাসী উগ্ৰপন্থী সংগঠন ‘আনলা’ৰ ২ দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ

    যোৰহাটৰ পৰা মৰানলৈ বাছত গৈ থকা অৱস্থাত মৰানৰ চেপনত গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ আনলা সদস্য দুজনক

    মৰানত আদিবাসী উগ্ৰপন্থী সংগঠন ‘আনলা’ দুই দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় সেনাবাহিনীৰ ৰাজপুতনা ৰেজিমেণ্ট, চিআৰপিএফ আৰু মৰান থানাৰ আৰক্ষীয়ে। ধৃত ৰমেন উৰাং(২৫) আৰু দীপক বৰা(২৬)।

    দুৰ্ধৰ্ষ আনলা সদস্য দুজনৰ পৰা সেনা বাহিনী আৰু আৰক্ষীয়ে এটা .32MM পিষ্টল আৰু এটা .22 MM পিষ্টল, দুটা মেগজিন, ১৩ জাঁই সক্ৰিয় গুলি, তিনিখন ধনদাবী পত্ৰ, দুযোৰ আৰ্মী পোছাক, গ্ৰীণ বেল্ট দুডাল, মোবাইল হেণ্ডছেট, দেশীয় আৰু বিদেশী টকা। যোৰহাটৰ পৰা মৰানলৈ বাছত গৈ থকা অৱস্থাত মৰানৰ চেপনত গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ আনলা সদস্য দুজনক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং