28 C
Guwahati
Thursday, October 28, 2021
More

    পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা; চিকিৎসালয়লৈ প্ৰেৰণ গুৰুতৰ ভাৱে আহত সাংবাদিকক

    চাইল্ড লাইনে ধাবাৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰি থাকোতেই আক্ৰমণ সাংবাদিক দুগৰাকীক। ধাবাৰ মালিক কৰ্মচাৰীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত সাংবাদিকদ্বয়

    আমিনগাঁৱত দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হ’ল দুজনকৈ সাংবাদিক। সম্প্ৰতি তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন সাংবাদিক দুজন। বৈদ্যুতিন মাধ্যমৰ সাংবাদিক দুজন ক্ৰমে ৰন্টু বৈশ্য আৰু ধীৰাজ দাস।

    Photo Credit: Time8

    চাইল্ড লাইনে ধাবাৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ বাতৰি সংগ্ৰহ কৰি থাকোতেই আক্ৰমণ সাংবাদিক দুগৰাকীক। ধাবাৰ মালিক কৰ্মচাৰীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত সাংবাদিকদ্বয়। সাংবাদিকক আক্ৰমনৰ ঘটনাক গৰিহনা কামৰূপ জিলাৰ বিভিন্ন দল-সংগঠনৰ৷

    • নিতুপম মেধিৰ প্ৰতিবেদন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং