30 C
Guwahati
Tuesday, September 27, 2022
More

    ঢেকীয়াজুলিত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

    নিহত ২ গৰাকী যুৱকৰ নাম প্ৰিতম পৰ্জা আৰু নিৰঞ্জন ৰাভা

    ঢেকীয়াজুলিৰ আলিচিঙাত স্কুটি আৰু ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংৰ্ঘষৰ ফলত থিতাতে নিহত দুজন যুৱক। দুৰ্ঘটনাটোৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি।

    AS 12W 7492 নং স্কুটিখনক দ্ৰুতবেগী AS O7C 7532 নম্বৰৰ এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনা। নিহত ২ গৰাকী যুৱকৰ নাম প্ৰিতম পৰ্জা আৰু নিৰঞ্জন ৰাভা। মৃত যুৱক দুয়োজনৰে ঘৰ হুগ্ৰাজুলিত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং