26 C
Guwahati
Thursday, September 29, 2022
More

    খাৰুপেটীয়াত পথ দুৰ্ঘটনা, ডি আই আৰু বাইকৰ মুখামুখি সংঘৰ্ষ

    দুৰ্ঘটনটোৰ ফলত বাইকৰ চালক সাহা জাহান আৰু বাইকত থকা আন এজন লোক গুৰুতৰভাৱে আহত হয়

    দৰঙৰ খাৰুপেটীয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী মালবাহী ডি আই গাড়ীৰ এখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্ত বাইকখন সোমাই পৰে ডি আই গাড়ীৰ চকাৰ তলত। দুৰ্ঘটনাটোৰ ফলত দূৰলৈ চিটিকি পৰে বাইকৰ দুজন লোক।

    দুৰ্ঘটনাটোৰ ফলত বাইকৰ চালক সাহা জাহান আৰু বাইকত থকা আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত দুয়োকে ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং