27 C
Guwahati
Thursday, September 22, 2022
More

    Breaking:ৰে’লৱে লাইনত উদ্ধাৰ যুৱক-যুৱতীৰ ছিন্নভিন্ন মৃতদেহ

    প্ৰেমজনিত কাৰণত ৰে'লৰ আগত পৰি আত্মহত্যাৰ সন্দেহ

    সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত চাঞ্চল্য ৷ ৰে’লৱে লাইনত উদ্ধাৰ যুৱক-যুৱতীৰ ছিন্নভিন্ন মৃতদেহ ৷ এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহ দুটা৷

    প্ৰেমজনিত কাৰণত ৰে’লৰ আগত পৰি আত্মহত্যাৰ সন্দেহ প্ৰেমজনিত কাৰণত ৰে’লৰ আগত পৰি আত্মহত্যাৰ সন্দেহ ৷ চুঙাজান আৰু বোকাজান ৰে’ল ষ্টেচনৰ মাজত উদ্ধাৰ হৈছে মৃতদেহ দুটা৷ ইতিমধ্যে ৰে’ল আৰক্ষীৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত।

    Photo Credit: India Rail Info

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং