যোৰহাটৰ পুৰণা বালিবাট মছজিদৰ পৰিচালনা সমিতিয়ে সিদ্ধান্ত লৈ নিষিদ্ধ কৰিলে তবলিগী জামাতক। যোৰহাটৰ ১৮৫ বছৰ পুৰণি মছজিদে নিষিদ্ধ কৰিলে তবলিগী জামাতক।দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ঘটনাক লৈ অসন্তুষ্ট মছজিদৰ পৰিচালনা সমিতি। অনিৰ্দিষ্ট কালৰ বাবে নিষিদ্ধ কৰিলে তবলিগী জামাতক।
কৰ’ণা ভাইৰাছক কেন্দ্র কৰি তবলিগী জামাতৰ শেহতীয়া কৰ্মকাণ্ডক লৈ ক্ষুব্ধ পৰিচালনা সমিতি। বৰ্তমানেও দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশ লৈ লুকাই থকা সকলক ওলাই আহি চিকিৎসাকৰ কাষ চাপিবলৈ আহ্বান পুৰণাবালিবাট মছজিদৰ পৰিচালনা সমিতিৰ।১৮৩৫ চনতে স্থাপন হৈছিল যোৰহাটৰ পুৰণা বালিবাটৰ এই মছজিদ।
Input & Photo: Rituraj Phukan