35 C
Guwahati
Wednesday, October 13, 2021
More

    ‘কা’ প্ৰতিবাদেৰে হিংসাত্মক কাৰ্যকলাপত জড়িত ১৫ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

    আৰক্ষী-নিৰাপত্তাৰক্ষীৰ গালৈ শিলগুটি,ইটাৰ টুকুৰা দলিওৱাৰ পাছত প্ৰতিবাদস্থলী অধিক উত্তপ্ত হৈ উঠে

    দিল্লীত কা প্ৰতিবাদেৰে ধ্বংসাত্মক তথা হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰা ১৫ জনক আজি গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। শুকুৰবাৰে দিল্লীৰ দাৰয়াগঞ্জত সাব্যস্ত হৈছিল কা বিৰুদ্ধে উত্তাল প্ৰতিবাদ।

    একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ গালৈ শিলগুটি,ইটাৰ টুকুৰা দলিওৱাৰ পাছত প্ৰতিবাদস্থলী অধিক উত্তপ্ত হৈ উঠে।

    প্ৰতিবাদৰ মাজতে হঠাতে আন্দোলনকাৰীয়ে কেইবাখনো বাহন জ্বলাই দিয়াৰ লগতে ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষতিসাধন কৰে।

    Photo credit: PTI

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং