26 C
Guwahati
Friday, October 7, 2022
More

    কৰ’ণাতংকঃ দুমাহৰ বাবে হোজাই জিলাত ১৪৪ ধাৰা জাৰি

    হোজাইৰ উপায়ুক্তই সমগ্ৰ জিলাখনতেই তৎকালীনভাৱে বলবৎ হোৱাকৈ গ্ৰহণ কৰিছে এই পদক্ষেপ

    অসমত কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৬লৈ। কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ৷ হোজাইৰ উপায়ুক্তই সমগ্ৰ জিলাখনতেই তৎকালীনভাৱে বলবৎ হোৱাকৈ অহা দুমাহৰ বাবে জাৰি কৰিছে ১৪৪ ধাৰা আইন৷

    দুচকীয়া বাহনতো উঠিব নোৱাৰিব দুজন লোক৷ আইন ভংগককাৰীক ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

    Photo Credit: hojai.assam.gov.in

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং