27 C
Guwahati
Sunday, September 26, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    প্ৰাক্তন মুখ্যমন্ত্ৰী চামলিং বাদে SDFৰ ১০ গৰাকী বিধায়কৰ বিজেপিত যোগদান

    ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট(SDF) নেতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ বাদে দলৰ আটাইকেইজন বিধায়ক আৰু অন্য সদস্যসকল বিজেপিত যোগদান।

    বিজেপি নেতা ৰাম মাধৱৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰে SDFৰ বিধায়কসকলে। চামলিঙসহ আন ৩গৰাকী বিধায়ক থাকিল দলত।

    এই যোগদানৰ ফলত বিজেপিয়ে ছিকিম বিধানসভাত বিৰোধী দলপতিৰ পদবীও লাভ কৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী বিধায়িকাৰ নৃত্য, চাওক VIDEO

    আনহাতে বিধায়িকাগৰাকীক এই সন্দৰ্ভত আছুৱে চেপনৰ ৰণশিঙা কাৰ্যসূচীৰ পৰা প্ৰত্যাহ্বান জনাই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়

    আজি শ্বহীদ দিৱস; ৰাজ্যই সুঁৱৰিছে ৮৫৫জন বীৰ শ্বহীদক

    ১৯৭৯ চনৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয়

    “ইচ্ছামৃত্যু” বিচাৰি বেতন বঞ্চিত শিক্ষকৰ ৰাষ্ট্রপতি-ৰাজ্যপাললৈ আবেদন

    শিৱসাগৰ জিলাৰ ১৫০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে বিগত ৮ বছৰ ধৰি মাহেকীয় দৰমহাৰ পৰা বঞ্চিত হৈ আছে

    উমানন্দৰ শেষৰটো সোণালী বান্দৰৰ মৃত্যু

    ২২ফেব্ৰুৱাৰীত মৃত্যু হৈছিল বান্দৰটোৰ

    অসম পুলিশের ডিএসপি পদে নিয়োগ পেলেন হিমা দাস

    মুখ্যমন্ত্রী সর্বানন্দ সোনোয়ালের সভাপতিত্বে মন্ত্রিসভার বৈঠকে এই সিদ্ধান্ত নিয়েছে রাজ্য সরকার।

    ১৫ দিনে রাজ্যে নগদ ৯ কোটি টাকা বাজেয়াপ্ত, উদ্ধার প্রচুর মদ সহ নেশাদ্রব্য

    ২৬ ফেব্রুয়ারি থেকে ১১ মার্চ পর্যন্ত রাজ্যে নগদ ৮ কোটি ৮০ লক্ষ টাকা এবং ৭ কোটি ৬৮ লক্ষ টাকা মূল্যের মদ বাজেয়াপ্ত করা হয়েছে।