23 C
Guwahati
Thursday, October 28, 2021
More

    Breaking: বকোত ধান বন্ধা মেচিনত লাগি থিতাতে মৃত্যু এজন কৰ্মচাৰীৰ

    চলি থকা মেচিনৰ ফিটা পেলাবলৈ যোৱাত পিন্ধি থকা কাপোৰ মেচিনত লাগি ধৰাৰ ফলত ঘটে এই অঘটন

    বকোৰ তাৰাবাৰীত অঘটন ৷ ধান বন্ধা মেচিনত লাগি থিতাতে মৃত্যু ধান বন্ধা মিলটোৰ কৰ্মচাৰী হাবিল আলীৰ৷ হাবিল আলীৰ ঘৰ ছমৰীয়া বটীয়ামাৰীত৷ চলি থকা মেচিনৰ ফিটা পেলাবলৈ যোৱাত পিন্ধি থকা কাপোৰ মেচিনত লাগি ধৰে।

    ফলত ছিটিকি ৱালত খুন্দা খাই মৃত্যু হয় হাবিল আলীৰ ৷ ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সমগ্ৰ অঞ্চলতে ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে।

    Photo Credit: @manimala-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং