বৃহস্পতিবাৰৰ নিশা বিশ্বনাথৰ বাঘমাৰীত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত নিহত হৈছিল দুই বাইক আৰোহী।
হিমন্ত বিশ্ৱ শৰ্মাৰ কনভয়ৰ গাড়ীৰ খুন্দাত যুৱকৰ মৃত্যুৰ অভিযোগ, ঘটনা সন্দৰ্ভত কি ক’লে মন্ত্ৰীগৰাকীয়ে?
বিশ্বনাথত হিমন্তৰ পূজা-অৰ্চনা। দুৰ্ঘটনা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ ভাষ্য।
Published:
First published