14.5 C
Guwahati
Friday, January 21, 2022
More

    মহানগৰীত চলিব ১০০ খন নতুন ইলেকট্ৰিক বাছ

    ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত শীঘ্ৰে সংযোজন ঘটাৰ সম্ভাৱনা আছে এশখন ইলেকট্ৰিক বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমে হাঙ্গেৰীৰ চিছেপেল হল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে ৰাজ্যত ইলেকট্ৰিক বাছ চলোৱাৰ আৰ্হিৰ বাবে আলোচনা চলাইছে।