ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত শীঘ্ৰে সংযোজন ঘটাৰ সম্ভাৱনা আছে এশখন ইলেকট্ৰিক বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমে হাঙ্গেৰীৰ চিছেপেল হল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে ৰাজ্যত ইলেকট্ৰিক বাছ চলোৱাৰ আৰ্হিৰ বাবে আলোচনা চলাইছে।

The TIME8 Mobile App
The TIME8 Mobile App
© Fifth Pillar Media Pvt. Ltd.
All rights reserved
Designed by softofficepro.com