27 C
Guwahati
Monday, January 30, 2023
More

    কৃত্ৰিম বানৰ কবলত মক্কাৰ মিনাৰ। বানৰ ফলত হজযাত্ৰীৰ মাজত যাতায়ত ব্যাহত

    একাঁঠু পানী হোৱাত যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ লাখ লাখ হজযাত্ৰী সামান্য অসুবিধাত পৰে যদিও শান্তি পূৰ্ণভাৱে হজৰ কাম সম্পন্ন হয়।

    মক্কাত বিগত দুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। মিনাৰ ৰাস্তা-ঘাটৰ কোনো কোনো ঠাইত একাঁঠু পানী হোৱাত যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ লাখ লাখ হজযাত্ৰী সামান্য অসুবিধাত পৰে যদিও শান্তি পূৰ্ণভাৱে হজৰ কাম সম্পন্ন হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং