মক্কাত বিগত দুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। মিনাৰ ৰাস্তা-ঘাটৰ কোনো কোনো ঠাইত একাঁঠু পানী হোৱাত যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ লাখ লাখ হজযাত্ৰী সামান্য অসুবিধাত পৰে যদিও শান্তি পূৰ্ণভাৱে হজৰ কাম সম্পন্ন হয়।
কৃত্ৰিম বানৰ কবলত মক্কাৰ মিনাৰ। বানৰ ফলত হজযাত্ৰীৰ মাজত যাতায়ত ব্যাহত
একাঁঠু পানী হোৱাত যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ লাখ লাখ হজযাত্ৰী সামান্য অসুবিধাত পৰে যদিও শান্তি পূৰ্ণভাৱে হজৰ কাম সম্পন্ন হয়।
Published:
First published