35 C
Guwahati
Saturday, June 3, 2023
More

    আন্তঃৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপলৈ মনোনীত মহানগৰীৰ এটি শিশু

    আন্তঃৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপলৈ মনোনীত মহানগৰীৰ এটি শিশু। চীনত হবলগীয়া ‘ বিশ্ব কেডেটছ দবা চেম্পিয়নশ্বিপ ২০১৯’ প্ৰতিযোগিতালৈ মনোনীত হৈছে আদাবাৰী তিনিআলিৰ পঞ্চম শ্ৰেণীৰ মায়ংক চক্ৰৱৰ্তী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং