অন্তিমখন NRC প্ৰকাশ পাবলৈ মাজত আছে মাথো কেইটামান ঘণ্টা। প্ৰকাশৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাসহ ৩০টা জনগোষ্ঠী সংগঠনে ক’লে যে, কোনোপ্ৰকাৰে কোনো জনজাতি বা খিলঞ্জীয়া মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত স্থান নাপালে সেই সকলোকে ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে সহায়ৰ হাত আগবঢ়াৱ।

কিন্তু অবৈধ বাংলাদেশীৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ’লে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ দোষী হ’ব।
