18 C
Guwahati
Monday, January 30, 2023
More

    আছুসহ ৩০টা জনগোষ্ঠীয় সংগঠনৰ সকীয়নি

    ভোট বেংক, মানৱ অধিকাৰৰ নামত হিন্দু-মুছলমান অবৈধ বাংলাদেশীক সুৰক্ষাৰ ষড়যন্ত্ৰ চলিছে

    অন্তিমখন NRC প্ৰকাশ পাবলৈ মাজত আছে মাথো কেইটামান ঘণ্টা। প্ৰকাশৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাসহ ৩০টা জনগোষ্ঠী সংগঠনে ক’লে যে, কোনোপ্ৰকাৰে কোনো জনজাতি বা খিলঞ্জীয়া মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত স্থান নাপালে সেই সকলোকে ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে সহায়ৰ হাত আগবঢ়াৱ।

    কিন্তু অবৈধ বাংলাদেশীৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ’লে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ দোষী হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং